ডায়েবেটিচ নাইবা উচ্চৰক্তচাপৰ ফলত কিডনীৰোগ হোৱাৰ সম্ভাৱনা থাকে নেকি ?
2025-08-22 0 Dailymotion
ডায়েবেটিচ নাইবা উচ্চৰক্তচাপৰ বাবেও হ'ব পাৰে কিডনীজনীত সমস্যা, ইয়াৰ লক্ষণ সমূহ কি কি ? কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে জনালে কিডনীৰোগ বিশেষজ্ঞা ডাঃ চুইটি কাকতিয়ে-