বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ সোঁত বৈছে কেন্দ্ৰীয় মন্ত্ৰীৰ । কেইবাটাও প্ৰকল্প উদ্বোধন-শিলান্যাসৰ বাবে প্ৰায় দুমাহত ৰাজ্যলৈ আহিব প্ৰধানমন্ত্ৰীসহ তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ।