মুক্তিলাভ কৰিলে সুকণ্ঠী গায়িকা মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত তিনিটি গীত । জ্যোতি চিত্ৰবনৰ কলাগুৰু প্রেক্ষাগৃহত মুক্তি দিয়া হয় গীত তিনিটা ।