Surprise Me!

নগাঁৱৰ মুঠ ১৮৬৮ টা ভোটকেন্দ্ৰৰ ২০০টা পৰিচালনা কৰিব মহিলাই

2026-03-17 0 Dailymotion

বিধানসভা নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন। নগাঁও জিলাত ১৮৬৮টা ভোটকেন্দ্ৰৰ ১৫৯ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিহ্নিত প্ৰশাসনৰ । ভূৱা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন।

Buy Now on CodeCanyon