মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো নাই : মঙলদৈত প্ৰাৰ্থিত্ব লাভৰ পিছত নীলিমা দেৱী
2026-03-19 3 Dailymotion
১৯৯৫ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ দলৰ সাংগঠনিক কামৰ লগতে বিভিন্ন দায়িত্ব পালন কৰা নীলিমা দেৱীৰ প্ৰাৰ্থিত্ব লাভত উৎফুল্লিত দলীয় কৰ্মী ।