দিপ্তীময়ী চৌধুৰীৰ হৈ বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সভাত উপস্থিত নাথাকিল প্ৰাৰ্থীগৰাকী ।