ধুমুহাই তচনচ কৰি গ'ল নলবাৰী জিলাৰ ভিন্ন প্ৰান্ত ৷ জিলাখনৰ নদলা অঞ্চলত প্ৰায় ১২০ অধিক পৰিয়ালৰ ঘৰ ধুমুহাত বিস্তৰ ক্ষতি ৷