বিশ্বনাথ নিৰ্বাচনী জিলাৰ ৬৫৪টা কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন । বিয়লি ৫ বজালৈকে বিশ্বনাথ বিধানসভা সমষ্টিত ৮৩.৯৩ %, বিহালীত ৮৪.২৮% আৰু গহপুৰ সমষ্টিত ৮৩.১% শতাংশ ভোটদান ।