অখিল গগৈয়ে কয়, "উজনি অসমৰ তিনিখন জিলা শেষ হৈ গ' ল। বিধানসভাত আলোচনা কৰিব নিদিলে । কথাবোৰ লুকুৱাব বিচাৰিছে । কথাবোৰ ক'বলৈ বিধানসভালৈ আহিছিলোঁ ।"